Skip to main content

Top view news in Assamese

শীতৰ আগমনৰ লগে লগে অযোধ্যাৰ ৰাম মন্দিৰত বিশেষ ব্যৱস্থা ৷ ৰাম লালাৰ বাবেও কৰা হৈছে বিশেষ ব্যৱস্থা ৷ ৰাম লালাৰ বাবে কি বিশেষ প্ৰস্তুতি চলোৱা হৈছে?

শীতকাল অহাৰ বাবে অযোধ্যাৰ ৰাম মন্দিৰত কৰা হৈছে বিশেষ ব্যৱস্থা ৷ ৰাম লালাৰ বাবেও ৰাম মন্দিৰত কৰা হৈছে বিশেষ ব্যৱস্থা । ২০ নৱেম্বৰৰ পৰা ৰামলালাক পিন্ধোৱা হ’ব গৰম কাপোৰ। ইয়াৰ সমান্তৰালকৈ ৰামলালাৰ ভোগ ইত্যাদিৰো সাল-সলনি কৰাৰ চলি আছে প্ৰস্তুতি । উল্লেখ্য যে ২০ নৱেম্বৰৰ পৰা গৰম কাপোৰ পিন্ধোৱাৰ লগতে গৰম খাদ্য অৰ্পণ কৰা হ’ব ৷ […]

অসমৰ সৈতে ৰতন টাটাৰ আছিল আত্মিক সম্পৰ্ক

অসমৰ সৈতে ৰতন টাটাৰ আছিল আত্মিক সম্পৰ্ক। অসমৰ বানাক্ৰান্তৰ পৰা কৰ্কট ৰোগীলৈ…কাৰ কথা ভবা নাছিল ৰতন টাটাই। নিজৰ উপাৰ্জনৰ ৬৫ শতাংশই দান দিয়া মানুহজনে অসমৰ সৈতে গঢ়ি তুলিছিল এক আত্মিক সম্পৰ্ক।

কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে

কামাখ্যা মন্দিৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ৷ সিন্ধে মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ পূৰ্বে কামাখ্যাত পূজা সিন্ধেৰ ৷ মঙ্গলবাৰে নিশা গুৱাহাটীত উপস্থিত হৈছিল মুখ্যমন্ত্ৰীজন ৷