Skip to main content

Top view news in Assamese

এখন হোটেল, এটা পৰিয়াল আৰু পাঁচজনৰ মৃত্যু! হেলেনা ভৰালীৰ জীৱনৰ শেষ অধ্যায়

গুৱাহাটী, ২৭ অক্টোবৰঃ গুৱাহাটীৰ ব্যস্ত জি এছ ৰোড। বৰা ছাৰ্ভিচৰ সন্মুখৰ হোটেল বিলাস ইন। সোমবাৰৰ নিশা প্ৰায় ৯ বাজিছে। হঠাৎ গুলীৰ শব্দ। কেইটামান মুহূৰ্তৰ ভিতৰতে হোটেলখনত সৃষ্টি হ’ল বিভীষিকা। য’ত কিছু সময় আগলৈকে চলি আছিল মানুহৰ আহ-যাহ, তাতেই পৰি ৰ’ল কেইবাজনো লোক। নিশাৰ সেই গুলীচালনাই কাঢ়ি নিলে পাঁচটা প্ৰাণ। নিহতসকলৰ ভিতৰত আছিল হোটেলখনৰ স্বত্বাধিকাৰী পক্ষৰ […]

অতুল–কেশৱৰ দূৰদৰ্শিতাত পুনৰ প্ৰাসংগিক অগপ১৫ বছৰ ক্ষমতাৰ বাহিৰত, এতিয়া আঞ্চলিক ৰাজনীতিৰ ভৱিষ্যৎ গঢ়াৰ সংকল্প

ধেমাজিত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস, কামপুৰত কাজিৰঙা সমষ্টিৰ দাবী ধেমাজি, ১৪ অক্টোবৰ, ধেমাজিৰ প্ৰতিবেদকঃ অসম আন্দোলনৰ উত্তাল পটভূমিত জন্ম। জন্মৰ এবছৰ নৌহওঁতেই চৰকাৰ গঠনৰ সোৱাদ। তাৰ পিছত ক্ষমতা, বিভাজন, সাংগঠনিক দুৰ্বলতা আৰু পুনৰ উত্থানৰ সংগ্ৰাম। অসম গণ পৰিষদৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসত সেয়েহে কেৱল অতীতৰ গৌৰৱ স্মৰণ নহয়, চৰ্চালৈ আহিছে আঞ্চলিক দলটোৰ বৰ্তমানৰ প্ৰাসংগিকতা আৰু ভৱিষ্যতৰ […]

বিশ্বত যুদ্ধ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, বৰঞ্চ যুদ্ধ বঢ়াৰ হে আশংকা

বিশ্বত যুদ্ধ হ্ৰাস হোৱাৰ সম্ভাৱনা নাই, বৰং বঢ়াৰ আশংকাহে সৃষ্টি হৈছে । আমেৰিকাই আকৌ এবাৰ সাম্ৰাজ্যবাদী চৰিত্ৰ প্ৰকাশ কৰাত তেনে আশংকাত কঁপিছে বিশ্ব। ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইজৰাইলৰ তিনিটাকৈ ‘ফ্ৰণ্ট’ত চলি থকা যুদ্ধৰ অৱসান ঘটিব বুলি আশা কৰা হৈছিল যদিও সেয়া ক্ৰমাৎ দুৰাশাত পৰিণত হোৱাৰ দিশে আগবাঢ়িছে […]